ৰম্বাছ
অৱয়ব
(Rhombusৰ পৰা পুনঃনিৰ্দেশিত)
ৰম্বাছ | |
---|---|
Two rhombi | |
প্ৰকাৰ | quadrilateral, bipyramid |
বাহু আৰু শীৰ্ষ | 4 |
Symmetry group | D2, [2], (*22) |
ক্ষেত্ৰফল | |
Dual polygon | rectangle |
বৈশিষ্ট | convex, isotoxal |
যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।
বৈশিষ্ট্য
[সম্পাদনা কৰক]- ৰম্বাছৰ চাৰিটা বাহুৰ দৈঘ্য সমান,
- ৰম্বাছৰ বিপৰীত কোন সমান,
- ৰম্বাছৰ কৰ্ণ দুডালৰ দৈঘ্য অসমান আৰু ইহঁতে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে,
- প্ৰতিটো বৰ্গক্ষেত্ৰ একোটা বিশেষ ৰম্বাছ, কিন্তু প্ৰতিটো ৰম্বাছ বৰ্গক্ষেত্ৰ নহয়।
ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে
সেই অনুসৰি 5 cm বাহু দৈঘ্যৰ এটা ৰম্বাছৰ পৰিসীমা হ'ব
ইয়াৰ ক্ষেত্ৰফল হৈছে য'ত b = ভূমি আৰু h = উন্নতি
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Parallelogram and Rhombus - Animated course (Construction, Circumference, Area)
- Rhombus definition. Math Open Reference With interactive applet.
- Rhombus area. Math Open Reference Shows three different ways to compute the area of a rhombus, with interactive applet.
|