২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।
- ১৭৫৫ - মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
- ১৮৮১ - টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
- ১৯১৮ - বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
- ১৯৪৯ - এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
- ১৯৮০ - মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
- ২০০৫ - মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।
- ১৭৪২ - এডমাণ্ড হেলি, ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী।
- ১৯২৪ - ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
- ১৯৫৪ - মানবেন্দ্ৰ নাথ ৰয়, আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা।
- ২০০২ - অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
- ২০১৯ - কৃষ্ণা সোব্তি, ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ।