সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'স'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'স' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ 'স'ৰ লগত যোগ হ'লে
সা
সি
সী
সু
সূ
সৃ
সে
সৈ
সো
সৌ

যুক্তবৰ্ণ (স যোগ)

[সম্পাদনা কৰক]

স্ ক = স্ক = ভাস্কৰ
স্ খ = স্খ = স্খলন
স্ ত = স্ত = স্তৰ
স্ থ = স্থ = স্থান
স্ ন = স্ন = স্নান
স্ প = স্প = স্পৰ্শ
স্ ফ = স্ফ = স্ফটিক
স্ ব = স্ব = স্বাগতম
স্ ম = স্ম = স্মৰণ
স্ ৰ = স্ৰ = স্ৰোত

'স'ৰে আৰম্ভ শব্দ

[সম্পাদনা কৰক]
  • সবল
  • সঁচা
  • সঁজাত
  • সৰীসৃপ
  • সৈনিক
  • সান্দহ
  • সঁফুৰা
  • সঁজুলি আদি।

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ