লহৰী
অৱয়ব
লহৰী | |
---|---|
লহৰীত জ্বলোৱা জুই | |
অন্য নাম | লাল লই |
পালন কৰে | পঞ্জাব, হাৰিয়ানা, হিমাচল, আৰু দগৰা অঞ্চলৰ লোক |
প্ৰকাৰ | ধৰ্মীয়, সাংস্কৃতিক |
মহত্ব | শীত কালৰ উৎসৱ |
উদযাপন | জুই জ্বলোৱা, নৃত্য-গীত |
সম্পৰ্কিত | মাঘি, মাঘ বিহু, পোংগল, মকৰ সংক্ৰান্তি |
লহৰী (পঞ্জাবী: ਲੋਹੜੀ, ইংৰাজী: Lohri) শীত কালৰ এক জনপ্ৰিয় জাতীয় উৎসৱ। এই উৎসৱ মূলত পঞ্জাব ৰাজ্যৰে সংযুক্ত।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jeratha, Aśoka (1998) (en ভাষাত). Dogra Legends of Art & Culture. Indus Publishing. ISBN 978-81-7387-082-8. https://books.google.com/books?id=ToONShWeEB0C&q=lohri Dogra&pg=PA53.