প
অৱয়ব
প |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
প অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ত'ৰ লগত যোগ হ'লে |
---|---|
অ | প |
আ | পা |
ই | পি |
ঈ | পী |
উ | পু |
ঊ | পূ |
ঋ | পৃ |
এ | পে |
ঐ | পৈ |
ও | পো |
ঔ | পৌ |
যুক্তবৰ্ণ (প যোগ)
[সম্পাদনা কৰক]প্ ট = প্ট = কেপ্টেইন
প্ ত = প্ত = উত্তপ্ত
প্ ন = প্ন = স্বপ্ন
প্ য় = প্য = প্ৰাপ্য
প্ ৰ = প্ৰ = প্ৰাণ
প্ ল = প্ল = প্লাৱন
প্ স = প্স = লিপ্সা
'প'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ