ছাহাবা
অৱয়ব
ইছলাম ধৰ্মত ছাহাবী শব্দৰ (আৰবী: الصحاب সহচৰ) দ্বাৰা মুহাম্মাদ (চাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ স্বাথী বা সহচৰসকলক নিৰ্দেশ কৰে। ইয়াৰ বহুবচন শব্দ হ'ল ছাহাবা। [1][2]
সংজ্ঞা
[সম্পাদনা কৰক]‘ছাহাবী’ শব্দটো আৰবী ভাষাৰ ‘ছুহবত’ শব্দৰ এটা ৰূপ। একবচনত ‘ছাহেব’ ও ‘ছাহাবী’ আৰু বহুবচনত ‘ছাহাব’ ব্যৱহৃত হয়। আভিধানিক অৰ্থ হ'ল সংগী, স্বাথী, সহচৰ, একেলগে জীৱন যাপনকাৰী অথবা সাহচৰ্য অৱস্থানকাৰী। ইছ মলমী পৰিভষাত ‘ছাহাবা’ শব্দটোৰ দ্বাৰা ৰাছুলুল্লাহ মুহাম্মাদ (ছাঃ)ৰ মহান সংগী-স্বাথীসকলক বুজায়। ‘ছাহেব’ শব্দটোৰ বহুবচনৰ আৰু কেইবাটাও ৰূপ আছে। কিন্তু ৰাছুলুল্লাহ মুহাম্মাদ (ছাঃ)ৰ সংগী-স্বাথীসকলক বুজাবলৈ‘ছাহেব’-ৰ বহুবচনত ‘ছাহাবা’ ৰ উপৰিও ‘আছহাব’ আৰু ‘ছাহব’ও ব্যৱহৃত হোৱা দেখা যায়।
আল্লামা ইবনে হাজাৰ ৰাহঃ ‘আল–ইছাবা ফী তাময়ীযিছ ছাহাবা’ গ্ৰন্থত ছাহাবীৰ সংজ্ঞা দিবলৈ গৈ কৈছেঃ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ web url=http://www.livingislam.org/n/shb_e.html|শিৰোনাম=Sahaba |ভাষা=ইংৰাজী|প্ৰকাশক=livingislam.org
- ↑ "Sharh al-`Aqeedah at-Tahaawiyyah", by Ahmad ibn Muhammad al-Tahawi, p.526-528 (ইংৰাজী ভাষাত)