অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অৱয়ব
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
শ্ৰেণীসমূহ | অসমীয়া নাম | ইংৰাজী নাম | প্ৰতীক |
---|---|---|---|
জাতীয় সংগীত | অ’ মোৰ আপোনাৰ দেশ[1][2] | O my dearest country | |
জাতীয় শ্লোগান | জয় আই অসম | Hail mother Assam | |
ৰাজ্যিক মোহৰ | অসম চৰকাৰ | Government of Assam | |
ৰাজ্যিক ভাষা | অসমীয়া | Assamese language | |
ৰাজ্যিক সাহিত্য সভা | অসম সাহিত্য সভা | Assam Literary Society | |
জাতীয় উৎসৱ | বিহু[3] | Bihu | |
জাতীয় নৃত্য | বিহু নৃত্য | Bihu dance | |
জাতীয় ফুল | কপৌ ফুল | Foxtail Orchids | |
জাতীয় গছ | হোলোং[4] | Dipterocarpus macrocarpus | |
জাতীয় জন্তু | এশিঙীয়া গঁড় | One-horned rhinoceros | |
জাতীয় পক্ষী | দেওহাঁহ | White-winged Wood Duck | |
জাতীয় ফল | কাজিনেমু | Kaji Nemu |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত অসম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
- ↑ "Bezbaroa’s song is anthem of Assam (The Hindu)". The Hindu. http://www.thehindu.com/news/national/other-states/bezbaroas-song-is-anthem-of-assam/article5365395.ece?homepage=true। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013.
- ↑ "Assam to adopt 'O Mur Apunar Dex'as state anthem". The Economic Times. http://economictimes.indiatimes.com/news/politics-and-nation/assam-to-adopt-o-mur-apunar-dexas-state-anthem/articleshow/25997815.cms। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013.
- ↑ অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা | Assamese Essay On Bihu
- ↑ "State Trees and Flowers of India". flowersofindia.net. http://flowersofindia.net/misc/state_flora.html। আহৰণ কৰা হৈছে: 10 January 2021.