সমললৈ যাওক

ৰে'ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''ৰে'ম''' (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে।<ref group=note>Job {{bibleverse-nb|Job|39:9-10|KJV}}, Deuteronomy {{bibleverse-nb|Deuterono...
(কোনো পাৰ্থক্য নাই)

16:42, 17 February 2024ৰ সংস্কৰণ

ৰে'ম (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে।[note 1] লেটিন ভালগেট বাইবেল, বাইবেলৰ কিং জেমছ সংস্কৰণত ইয়াক “ইউনিকৰ্ণ আৰু কিছুমান খ্ৰীষ্টান বাইবেলত “অৰিক্স”[উদ্ধৃতিৰ প্ৰয়োজন], “বনৰীয়া ষাঁড়”, “ম'হ” বা “গঁড়” বুলি অনুবাদ কৰা হৈছে। ৰাব্বি নাটান স্লিফকিন[1] (Rabbi Natan Slifkin) আৰু তেওঁতকৈও পূৰ্ৱে আইজাক আছিমভ[2] (Isaac Asimov)ৰ মতে ৰে'ম এটা ‘ঔৰক্স’ (গৰুৰ এটা আদিম প্ৰজাতি) আছিল।

তথ্য সংগ্ৰহ

  1. "Numbers 23:22 - Bible Gateway" (en ভাষাত). www.biblegateway.com. https://www.biblegateway.com/verse/en/Numbers 23:22। আহৰণ কৰা হৈছে: 2021-02-07. 
  2. Asimov, Isaac (1978) (en ভাষাত). Asimov's Guide to Shakespeare. Avenel Books. ISBN 978-0-517-26825-4. https://books.google.com/books?id=QUYgAQAAIAAJ&q=asimov wild ox. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল